Morom Loga
Similar songs
Vul !
Zin03:16
Vibe
Monjit 9902:48
Azaadi
Flash Flow JACK02:16
Ghoroloike Jaam
D VIBE$03:05
Suicide
XMX03:16
Bisari Pau
DETROIT DYG03:32
Kangkan Oi
Arun Kr. Mili,Prativa Pahadi06:05
Back Again
JUNNUN03:05
Jeng
Rock B02:58
Moi Khetiyok
Minimi03:21
Similar Songs
Vul !
Zin
Vibe
Monjit 99
Azaadi
Flash Flow JACK
Ghoroloike Jaam
D VIBE$
Suicide
XMX
Bisari Pau
DETROIT DYG
Kangkan Oi
Arun Kr. Mili,Prativa Pahadi
Back Again
JUNNUN
Jeng
Rock B
Moi Khetiyok
Minimi
About song
Album: Upohar
Genre :Hip Hop
6 Plays
Music: B Music Production
Tune: D VIBE$
Lyricist: Debashis Das
Composition: Debashis Das
Copyright © Mogno 4ever Records
Lyrics
(Yeah, yeah, yeah, yeah)
B music production
Yeah
মৰম লগা তোমাৰ হাহিতিয়ে (হাহিতিয়ে)
মনতে মোৰ সপোন জাগি উঠে (জাগি উঠে)
কথাবোৰো মনতে ৰৈ থাকে (ৰৈ থাকে), ৰৈ থাকে
মায়া লগা তোমাৰ দুচকুতে (দুচকুতে)
জীয়াই থাকিব প্ৰেৰণা দিয়ে (প্ৰেৰণা)
হৃদয়ে মাথোঁ তোমাকেই বিচাৰে (Yeah, yeah)
নেজানো কেনে আছা তুমি (তুমি)
কোৱা মোক এবাৰ হলেও
নেজানো তোমাৰ খবৰ কিনো (খবৰ)
শুধে মোক মনে বাৰে বাৰে (বাৰে বাৰে)
স্ত্বব্দ মই (স্ত্বব্দ মই), হৈ যাওঁ (হৈ যাওঁ)
যেতিয়াই তোমাকেই দেখা পাও (দেখা পাও)
ভাবনাতে (ভাবনাতে), মইযে (মইযে)
বৈ যাওঁ (বৈ যাওঁ), ধাৰাষাৰে (ধাৰাষাৰে)
বুকুখন ফালি চালে তোমাৰেই নাম (তোমাৰ)
সপোনবোৰ গঢ়িছে মই তোমাতে যাম
তুমি থাকিলে লগত সাহস পাম
তুমি নাথাকিলে ঠিকনা কত পাম (কত পাম)
তুমি মোৰ হৈ ৰোৱানা (ৰোৱানা)
তুমি আঁতৰি নাযাবা (নাযাবা)
মৰম লগা তোমাৰ হাহিতিয়ে (হাহিতিয়ে)
মনতে মোৰ সপোন জাগি উঠে (জাগি উঠে)
কথাবোৰো মনতে ৰৈ থাকে (ৰৈ থাকে), ৰৈ থাকে
ৰৈ থাকে (ৰৈ থাকে)
মনতে মোৰ (মনতে মোৰ)
কিছুকথা (কিছুকথা)
ভালপোৱাই (ভালপোৱাই)
মোক দিলে (মোক দিলে)
এক নতুন ৰাস্তা (নতুন ৰাস্তা)
প্ৰেৰণা মই পালোঁ (মই পালোঁ)
আগুৱাই গৈ আছোঁ (গৈ আছোঁ)
নেজানো কি হব আছে (হব আছে)
মই মাথোঁ ভাবিছোঁ, ভাবিছোঁ (মই ভাবিছোঁ)
Yeah, yeah
মৰম লগা তোমাৰ হাহিতিয়ে (হাহিতিয়ে)
মনতে মোৰ সপোন জাগি উঠে (জাগি উঠে)
কথাবোৰো মনতে ৰৈ থাকে (ৰৈ থাকে), ৰৈ থাকে
মায়া লগা তোমাৰ দুচকুতে (দুচকুতে)
জীয়াই থাকিব প্ৰেৰণা দিয়ে (প্ৰেৰণা)
হৃদয়ে মাথোঁ তোমাকেই বিচাৰে (বিচাৰে)
তোমাকেই বিচাৰে
তোমাকেই বিচাৰে